গুড়echSsjg Cssr5oGta Zqlnart RrFonrkW2qIh7aA Ecoscd
| গুড় | |
|---|---|
খেজুৰৰ পৰা তৈয়াৰ কৰা গুড় | |
| উৎপত্তি | |
| উৎপত্তিৰ স্থান | ভাৰত, বাংলাদেশ |
| অঞ্চল | দক্ষিণ এচিয়া |
| বিতং তথ্য | |
| মুখ্য উপাদান | কুঁহিয়াৰৰ ৰস , খেজুৰৰ ৰস , তালৰ ৰস |
গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন কৰি পাক দিয়ে গুড় তৈয়াৰ কৰা হয়।
পৰিবেশন প্ৰণালী[সম্পাদনা কৰক]
গুড়ৰ পৰা পিঠা, পায়স ইত্যাদি সুস্বাদু জলপান আৰু মিঠাই তৈয়াৰ কৰা হয়। গুড়ৰ সন্দেশ বাংলাদেশ এটি অত্যন্ত জনপ্ৰিয় মিঠাই।